বিশিষ্ট শিক্ষাবিদ, সাংস্কৃতিক কৰ্মী তথা চলচ্চিত্ৰ নিৰ্মাতা দীনেশ গগৈলৈ আগবঢ়োৱা হৈছে চিন্ময় ৰঞ্জন দত্ত সোঁৱৰণী শিল্পী বঁটা-২০২৬।
গোলাঘাট, ১১ নৱেম্বৰঃ ঘোষণা কৰা হ’ল চিন্ময় ৰঞ্জন দত্ত সোঁৱৰণী শিল্পী বঁটা-২০২৬।
বিশিষ্ট সাংস্কৃতিক কৰ্মী পবিত্ৰ প্ৰাণ বৰা, সমাজসেৱক পূৰ্ণ ৰাজখোৱা, শিক্ষাবিদ জগত চন্দ্ৰ ভূঞা, লোকেন্দ্ৰ নাথ বৰাকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ শিল্পী, শিক্ষাবিদ আৰু বিশিষ্ট সাংস্কৃতিক কৰ্মীৰে…
উল্লেখ্য যে, বিগত বছৰসমূহত এই সন্মানেৰে সন্মানিত হৈছে বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱা, অভিনেতা অৰুণ হাজৰিকা, আউনিআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱ গোস্বামী, অতুল পাচনি, মাধুৰিমা চৌধুৰী…
বিশেষ তাৎপৰ্যপূৰ্ণ যে, এই বঁটাৰ সৈতে জড়িত হৈ আছে এগৰাকী মেধাৱী আৰু সংস্কৃতিপ্ৰেমী যুৱকৰ স্মৃতি।
newznow.in