অসম

ৰুদ্ৰেশ্বৰ দেৱালয়, আহোম স্থাপত্যৰ অনন্য নিদৰ্শন

NewzNow · ১১ নৱেম্বৰ ২০২৬

১ / ৫

আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহই পিতৃ ৰুদ্ৰ সিংহৰ স্মৃতিত ১৭৪৯ খ্ৰীষ্টাব্দত নিৰ্মাণ কৰাইছিল ৰুদ্ৰেশ্বৰ দেৱালয়।

২ / ৫

উত্তৰ গুৱাহাটী, ১১ নৱেম্বৰ: ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত ঐতিহাসিক উত্তৰ গুৱাহাটীৰ ৰুদ্ৰেশ্বৰ দেৱালয় আহোম যুগৰ ইতিহাস, পিতৃৰ প্ৰতি পুত্ৰৰ শ্ৰদ্ধা আৰু স্থাপত্যকলাৰ এক উল্লেখযোগ্য নিদৰ্শন।

৩ / ৫

স্বৰ্গদেউ ৰুদ্ৰ সিংহই ১৬৯৬ চনৰ পৰা ১৭১৪ খ্ৰীষ্টাব্দলৈ আহোম ৰাজ্য শাসন কৰিছিল।

৪ / ৫

ঐতিহাসিক বিৱৰণ অনুসৰি, ৰুদ্ৰ সিংহই শাসনকালৰ শেষৰ ফালে আহোম ৰাজ্যৰ সীমা পশ্চিমলৈ কৰতোৱা নদীলৈকে বিস্তাৰৰ পৰিকল্পনা কৰিছিল।

৫ / ৫

কিন্তু অভিযান সম্পূৰ্ণ হোৱাৰ পূৰ্বেই অসুস্থ হৈ ১৭১৪ চনৰ আগষ্ট মাহত গুৱাহাটীৰ শিবিৰত ৰুদ্ৰ সিংহৰ মৃত্যু হয়।

ৰুদ্ৰেশ্বৰ দেৱালয়, আহোম স্থাপত্যৰ অনন্য নিদৰ্শন

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক