অসম

ডিগবৈত ভাঙি পৰিল কালী পূজাৰ মণ্ডপ, ক্ষতিগ্ৰস্ত ক্ষুদ্ৰ ব্যৱসায়ীৰ সামগ্ৰী

NewzNow · ১১ নৱেম্বৰ ২০২৬

১ / ৫

ডিগবৈ, ১১ নৱেম্বৰ: নিশা অহা প্ৰচণ্ড ধুমুহা-বৰষুণে ডিগবৈৰ কালী পূজাৰ আনন্দ-উৎসৱত ব্যাঘাত জন্মোৱাৰ লগতে বিস্তৰ ক্ষতিসাধন কৰে।

২ / ৫

উল্লেখ্য যে, ধুমুহা-বৰষুণ অহাৰ সময়ত ডিগবৈ চহৰৰ বিভিন্ন পূজা মণ্ডপত সাংস্কৃতিক অনুষ্ঠান চলি আছিল।

৩ / ৫

আনহাতে, মুষলধাৰ বৰষুণৰ ফলত চহৰখনৰ বিভিন্ন স্থানত পানী জমা হয়।

৪ / ৫

সামগ্ৰিকভাৱে নিশাৰ ধুমুহা-বৰষুণে ডিগবৈৰ কালী পূজাৰ উৎসৱমুখৰ পৰিৱেশ ম্লান কৰাৰ লগতে পূজা আয়োজক আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ বাবে ক্ষতিৰ কাৰণ হৈ পৰে।

৫ / ৫

ধুমুহাৰ ফলত ডিগবৈৰ যশোদা হল তিনিআলিত নিৰ্মাণ কৰা আটকধুনীয়া কালী পূজাৰ মণ্ডপটো সম্পূৰ্ণৰূপে বাগৰি পৰে।

ডিগবৈত ভাঙি পৰিল কালী পূজাৰ মণ্ডপ, ক্ষতিগ্ৰস্ত ক্ষুদ্ৰ ব্যৱসায়ীৰ সামগ্ৰী

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক