অসম

‘হাইৱে ধাবা’ৰ প’ষ্টাৰ, শীৰ্ষক গীত মুকলি; ১১ ডিচেম্বৰত মুক্তি

NewzNow · ১১ নৱেম্বৰ ২০২৬

১ / ৫

গুৱাহাটীৰ জ্যোতি চিত্ৰবনত নতুন অসমীয়া ছবি ‘হাইৱে ধাবা’ৰ প’ষ্টাৰ আৰু শীৰ্ষক গীত মুকলি কৰা হয়।

২ / ৫

গুৱাহাটী, ১১ নৱেম্বৰ: নতুন অসমীয়া ছবি ‘হাইৱে ধাবা’ৰ আনুষ্ঠানিক প’ষ্টাৰ আৰু শীৰ্ষক গীত গুৱাহাটীৰ জ্যোতি চিত্ৰবনত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত মুকলি কৰা হয়।

৩ / ৫

‘সম্যক ফিল্মছ’ৰ বেনাৰত নিৰ্মিত ছবিখনৰ কাহিনী, পৰিচালনা আৰু প্ৰযোজনা কৰিছে দেৱ প্ৰসন্নই।

৪ / ৫

পথৰ কাষৰ এখন ধাবাক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছে ছবিখনৰ কাহিনী।

৫ / ৫

জ্যোতি চিত্ৰবনত অনুষ্ঠিত অনুষ্ঠানত ছবিখনৰ প’ষ্টাৰ আৰু শীৰ্ষক গীত মুকলি কৰাৰ সময়ত উপস্থিত দৰ্শক আৰু অতিথিসকলৰ মাজত বিশেষ উৎসাহ পৰিলক্ষিত হয়।

‘হাইৱে ধাবা’ৰ প’ষ্টাৰ, শীৰ্ষক গীত মুকলি; ১১ ডিচেম্বৰত মুক্তি

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক