নৰ্থ-ইষ্ট পেট্ৰ’লিয়াম ডিলাৰ্ছ এছ’চিয়েশ্যনৰ গুৱাহাটী শাখাৰ প্ৰতিবাদৰ ফলত বৃহস্পতিবাৰে পুৱা ৬ বজাৰ পৰা শুকুৰবাৰে পুৱা ৬ বজালৈ গুৱাহাটীৰ পেট্ৰ’ল পাম্প বন্ধ থাকিব।
২৪ ঘণ্টাৰ বাবে বন্ধ পেট্ৰ’ল পাম্প, পুৱাই হাহাকাৰ গ্ৰাহকৰ ।
বৃহস্পতিবাৰে পুৱা ৬ বজাৰ পৰা আৰম্ভ হোৱা এই বন্ধ শুকুৰবাৰে পুৱা ৬ বজালৈ অব্যাহত থাকিব।
পেট্ৰ’ল পাম্প বন্ধ থকাৰ ফলত পুৱাৰে পৰা ইন্ধন ভৰাবলৈ অহা গ্ৰাহকসকল সমস্যাৰ সন্মুখীন হয়।
২৪ ঘণ্টীয়া বন্ধৰ ফলত মহানগৰীৰ বাহন চালক আৰু সাধাৰণ গ্ৰাহকৰ ওপৰত কেনে প্ৰভাৱ পৰে, সেয়া লক্ষণীয় হ’ব।
newznow.in