Z for Zubeen Garg’ লিখা বৰ্ণমালাৰ কিতাপৰ পৃষ্ঠা সামাজিক মাধ্যমত ভাইৰেল।
‘Z for Zubeen Garg’—সামাজিক মাধ্যমত ভাইৰেল হোৱা এখন বৰ্ণমালাৰ কিতাপৰ পৃষ্ঠাক লৈ চৰ্চা আৰম্ভ হৈছে।
কিতাপখনৰ পৃষ্ঠাত ‘K’ আখৰৰ সৈতে কিশোৰ কুমাৰ, ‘L’ আখৰৰ সৈতে লতা মংগেশকাৰ আৰু ‘R’ আখৰৰ সৈতে আৰ ডি বৰ্মনৰ নামো দেখা গৈছে।
প্ৰথম অৱস্থাত সামাজিক মাধ্যমৰ একাংশ পোষ্টত এই খবৰ উত্তৰ প্ৰদেশৰ চৰকাৰী বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ পাঠ্যক্ৰমত জুবিন গাৰ্গৰ নাম অন্তৰ্ভুক্ত কৰা বুলি প্ৰচাৰ হৈছিল।
ইফালে, অসমতো জুবিন গাৰ্গৰ জীৱন আৰু কৰ্মৰাজি পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে।
newznow.in