ব্যৱসায়-বাণিজ্য

ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতি ৬.০৯ শতাংশলৈ বৃদ্ধি, ৰিজাৰ্ভ বেংকৰ সৰ্বোচ্চ সহন সীমা অতিক্ৰম

NewzNow · ১২ নৱেম্বৰ ২০২৬

১ / ৫

অক্টোবৰত দেশৰ খুচুৰা মুদ্ৰাস্ফীতি ৬.০৯ শতাংশলৈ বৃদ্ধি পাই ৰিজাৰ্ভ বেংকৰ ৬ শতাংশৰ সৰ্বোচ্চ সহনসীমা অতিক্ৰম কৰিছে।

২ / ৫

নতুন দিল্লী, ১২ নৱেম্বৰ: দেশত অক্টোবৰত খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ বৃদ্ধি পাই ৬.০৯ শতাংশ হৈছে।

৩ / ৫

ছেপ্টেম্বৰত খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ আছিল ৫.৫৪ শতাংশ।

৪ / ৫

খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ফলতে মুদ্ৰাস্ফীতিৰ হাৰ মূলতঃ বৃদ্ধি পাইছে।

৫ / ৫

বিশেষকৈ পিঁয়াজ, নহৰু আদি সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে খাদ্য মুদ্ৰাস্ফীতিৰ ওপৰত চাপ সৃষ্টি কৰিছে।

ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতি ৬.০৯ শতাংশলৈ বৃদ্ধি, ৰিজাৰ্ভ বেংকৰ সৰ্বোচ্চ সহন সীমা অতিক্ৰম

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক