দেশ

উত্তৰ প্ৰদেশৰ চম্ভলত ৰাজহুৱা ভূমিত নিৰ্মিত মছজিদ উচ্ছেদৰ অভিযান, মোতায়েন বৃহৎ আৰক্ষী বাহিনী

NewzNow · ১২ নৱেম্বৰ ২০২৬

১ / ৫

উত্তৰ প্ৰদেশৰ সম্ভল জিলাৰ কুতুবপুৰ সাট্টা গাঁৱত ৰাজহুৱা ভূমিত নিৰ্মাণ কৰা বুলি অভিযোগ উঠা এটা মছজিদ উচ্ছেদৰ অভিযান আৰম্ভ কৰিছে প্ৰশাসনে।

২ / ৫

সম্ভল, ১২ নৱেম্বৰ: উত্তৰ প্ৰদেশৰ সম্ভল জিলাৰ আছমলি অঞ্চলৰ কুতুবপুৰ সাট্টা গাঁৱত ৰাজহুৱা ব্যৱহাৰৰ বাবে নিৰ্ধাৰিত ভূমিত নিৰ্মাণ কৰা বুলি অভিযোগ উঠা এটা মছজিদ উচ্ছেদৰ অভিযান বৃহস্পতিবাৰে আৰম্ভ…

৩ / ৫

আৰক্ষীৰ তথ্য অনুসৰি, প্ৰায় ১৩০ বৰ্গমিটাৰ ৰাজহুৱা ভূমিত মছজিদটো নিৰ্মাণ কৰা হৈছিল।

৪ / ৫

স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত অভিযান

৫ / ৫

চক্ৰ বিষয়া অমন সিঙৰ মতে, ৰাজহুৱা কামৰ বাবে সংৰক্ষিত ভূমিত মছজিদ নিৰ্মাণ চলি থকাৰ বিষয়ে স্থানীয় বাসিন্দাসকলে সংশ্লিষ্ট বিভাগক অভিযোগ দাখিল কৰিছিল।

উত্তৰ প্ৰদেশৰ চম্ভলত ৰাজহুৱা ভূমিত নিৰ্মিত মছজিদ উচ্ছেদৰ অভিযান, মোতায়েন বৃহৎ আৰক্ষী বাহিনী

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক