২০২৭ চনৰ পঞ্জাব বিধানসভা নিৰ্বাচনৰ বাবে আম আদমী পাৰ্টিয়ে ৩১জন প্ৰাৰ্থীৰ দ্বিতীয়খন তালিকা প্ৰকাশ কৰিছে।
নতুন দিল্লী, ১২ নৱেম্বৰ: ২০২৭ চনৰ পঞ্জাব বিধানসভা নিৰ্বাচনৰ বাবে আম আদমী পাৰ্টিয়ে ৩১জন প্ৰাৰ্থীৰ দ্বিতীয়খন তালিকা প্ৰকাশ কৰিছে।
দলৰ ৰাষ্ট্ৰীয় সম্পাদক পংকজ কুমাৰ গুপ্তাই প্ৰকাশ কৰা দ্বিতীয়খন তালিকাত পাথানকোট সমষ্টিৰ পৰা ৰোহিত ছিয়াল আৰু গুৰদাসপুৰৰ পৰা ৰমন বহলক প্ৰাৰ্থিত্ব দিয়া হৈছে।
জলন্ধৰ উত্তৰ সমষ্টিৰ পৰা ভনীত ধীৰ আৰু জলন্ধৰ কেণ্টনমেণ্টৰ পৰা দীপক বালিকক প্ৰাৰ্থিত্ব দিয়া হৈছে।
দ্বিতীয় তালিকাৰ আন উল্লেখযোগ্য প্ৰাৰ্থীসকলৰ ভিতৰত আছে ভোলাথৰ অধিবক্তা হৰসিমৰণ সিং, কাপুৰথালাৰ দবিন্দৰ পাল সিং ৰাণা, ফাগৱাৰাৰ ডাঃ ৰাজ কুমাৰ ছাব্বেৱাল, আদমপুৰৰ পৱন কুমাৰ টিনু আৰু শ্বাহকোটৰ…
newznow.in