অসম

ভূমি পট্টা, জনজাতিকৰণ আৰু মজুৰি বৃদ্ধিৰ দাবীত বিহালীত চাহ জনগোষ্ঠীৰ তিনি ঘণ্টীয়া ধৰ্ণা

NewzNow · ১২ নৱেম্বৰ ২০২৬

১ / ৫

ভূমিৰ পট্টা, জনজাতিকৰণ আৰু দৈনিক মজুৰি বৃদ্ধিৰ দাবীত বিহালীত অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰু মহিলা সমিতিয়ে তিনি ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।

২ / ৫

বিহালী, ১৩ নৱেম্বৰ: ভূমিৰ অধিকাৰ, জনজাতিকৰণ আৰু দৈনিক মজুৰি বৃদ্ধিৰ দাবীত আজি বিহালীত তিনি ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাই।

৩ / ৫

পুৱাৰে পৰা আৰম্ভ হোৱা ধৰ্ণাত শতাধিক ছাত্ৰ-ছাত্ৰী আৰু মহিলাই অংশগ্ৰহণ কৰে।

৪ / ৫

ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদকাৰীসকলে চৰকাৰৰ ওচৰত তিনিটা মূল দাবী উত্থাপন কৰে।

৫ / ৫

প্ৰতিবাদকাৰীসকলে “চাহ শ্ৰমিক জিন্দাবাদ”, “অসম চৰকাৰ হায় হায়”, “বিজেপি চৰকাৰ গ’ বেক” আৰু “শ্ৰম মন্ত্ৰী হায় হায়” আদি শ্লোগান দি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে।

ভূমি পট্টা, জনজাতিকৰণ আৰু মজুৰি বৃদ্ধিৰ দাবীত বিহালীত চাহ জনগোষ্ঠীৰ তিনি ঘণ্টীয়া ধৰ্ণা

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক