তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ ইণ্ডিয়া ক্লাৱত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু জিলা সমিতিৰ আতিথ্যত উলহ-মালহেৰে সমূহীয়াভাৱে গোৰ্খা জনগোষ্ঠীৰ ঐতিহ্যবাহী ‘ভাতৃ দ্বিতীয়া’ উৎসৱ…
মাৰ্ঘেৰিটাত উৎসাহ-উদ্দীপনাৰে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত সমূহীয়া ‘ভাতৃ দ্বিতীয়া’ উদযাপন।তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাস্থিত ইণ্ডিয়া ক্লাৱত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু) কেন্দ্ৰীয়…
ভাতৃ-ভগ্নীৰ পৱিত্ৰ মৰম, স্নেহ আৰু আত্মীয়তাৰ প্রতীক এই উৎসৱে গোৰ্খা সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণৰ লগতে বিভিন্ন জনগোষ্ঠীৰ মাজত সামাজিক সম্প্রীতি আৰু ভ্রাতৃত্ববোধ সুদৃঢ় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা…
ভাতৃ দ্বিতীয়া বৰ্ণাঢ্য পৰম্পৰাৰে মুখৰিত এই অনুষ্ঠানত আগছুৰ কেন্দ্ৰীয় বিষয়ববীয়াসকলৰ লগতে বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি, গণ্য-মান্য ব্যক্তি আৰু স্থানীয় ৰাইজ উপস্থিত থাকি উৎসৱটিৰ সৌন্দৰ্য…
newznow.in