মনোৰঞ্জন

মুক্তিৰ অষ্টম দিনতে বিশ্বজুৰি ১,০০০ কোটিৰ ক্লাবত ‘ৰামায়ণ: পাৰ্ট ১’

NewzNow · ১৩ নৱেম্বৰ ২০২৬

১ / ৫

মুক্তিৰ আঠ দিনৰ ভিতৰতে ৰণবীৰ কাপুৰ অভিনীত ‘ৰামায়ণ: পাৰ্ট ১’-এ বিশ্বজুৰি ১,০৩৩.৫৫ কোটি টকা উপাৰ্জন কৰিছে।

২ / ৫

নতুন দিল্লী, ১৩ নৱেম্বৰ: মুক্তিৰ মাত্ৰ আঠ দিনৰ ভিতৰতে বিশ্বজুৰি ১,০০০ কোটি টকাৰ ব্যৱসায়ৰ সীমা অতিক্ৰম কৰিছে ৰণবীৰ কাপুৰ অভিনীত ‘ৰামায়ণ: পাৰ্ট ১’-এ।

৩ / ৫

ইয়াৰ লগে লগে ১,০০০ কোটি টকাৰ ক্লাবত প্ৰৱেশ কৰা ভাৰতীয় ছবিসমূহৰ তালিকাত স্থান লাভ কৰিছে ছবিখনে।

৪ / ৫

১২ নৱেম্বৰত, অৰ্থাৎ মুক্তিৰ অষ্টম দিনত, ছবিখনে ভাৰতত ৫৩.৫০ কোটি টকাৰ নিকা উপাৰ্জন কৰে।

৫ / ৫

ছবিখনৰ উপাৰ্জনত হিন্দী সংস্কৰণৰ অৱদান সৰ্বাধিক।

মুক্তিৰ অষ্টম দিনতে বিশ্বজুৰি ১,০০০ কোটিৰ ক্লাবত ‘ৰামায়ণ: পাৰ্ট ১’

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক