ভাৰতৰ মধ্যম্যাদী ৬.৮ শতাংশ সম্ভাৱ্য বৃদ্ধিৰ লক্ষ্য পূৰণৰ বাবে উৎপাদনশীলতা বৃদ্ধি, ব্যক্তিগত বিনিয়োগ শক্তিশালীকৰণ আৰু মানসম্পন্ন চাকৰি সৃষ্টিৰ গতি বঢ়োৱাটো প্ৰয়োজনীয় বুলি জনাইছে আন্তঃৰাষ্ট্ৰীয়…
ৱাশ্বিংটন, ১২ নৱেম্বৰ: ভাৰতৰ মধ্যম্যাদী ৬.৮ শতাংশ সম্ভাৱ্য অৰ্থনৈতিক বৃদ্ধিৰ লক্ষ্যত উপনীত হ’বলৈ উৎপাদনশীলতা বৃদ্ধিৰ গতি ত্বৰান্বিত কৰা, ব্যক্তিগত খণ্ডৰ বিনিয়োগ শক্তিশালী কৰা আৰু…
আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ যোগাযোগ বিভাগৰ সঞ্চালক জুলি কোজাকে বৃহস্পতিবাৰে ৱাশ্বিংটনত কয় যে, অনুকূল জনমিতিক গাঁথনি, বৃহৎ আৰু ক্ৰমবিস্তৃত ঘৰুৱা বজাৰ তথা কাঠামোগত সংস্কাৰৰ অব্যাহত গতিক…
অক্টোবৰত প্ৰকাশিত বিশ্ব অৰ্থনৈতিক পৰিদৃশ্য প্ৰতিবেদনত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিয়ে ভাৰতৰ মধ্যম্যাদী সম্ভাৱ্য বৃদ্ধিৰ হাৰ পূৰ্বৰ ৬.৫ শতাংশৰ পৰা ৬.৮ শতাংশলৈ সংশোধন কৰে।
কোজাকৰ মতে, ভাৰতৰ যুৱ আৰু কৰ্মক্ষম জনসংখ্যাই দেশখনৰ অৰ্থনৈতিক সম্ভাৱনাক সমৰ্থন কৰিছে।
newznow.in