দেশ

'মুখামুখি বিতৰ্ক হওঁক,মুখামুখি বিতৰ্ক হ’লে মোদী আৰু প্ৰধানমন্ত্ৰী হৈ নাথাকিব’-মোদীক প্ৰত্যাহ্বান ৰাহুল গান্ধীৰ

NewzNow · ১৩ নৱেম্বৰ ২০২৬

১ / ৫

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে একক ৰাজহুৱা বিতৰ্কৰ দাবী পুনৰ দোহাৰে ৰাহুল গান্ধীয়ে।

২ / ৫

নতুন দিল্লী, ১৩ নৱেম্বৰ: 'মুখামুখি বিতৰ্ক হওঁক,মুখামুখি বিতৰ্ক হ’লে মোদী আৰু প্ৰধানমন্ত্ৰী হৈ নাথাকিব’-মোদীক প্ৰত্যাহ্বান ৰাহুল গান্ধীৰ ।

৩ / ৫

শুকুৰবাৰে ইনষ্টাগ্ৰামৰ ‘আস্ক মি’ সত্ৰত এক প্ৰশ্নৰ উত্তৰত গান্ধীয়ে কয় যে, সংসদত তেওঁক কথা ক’বলৈ দিয়া নহয় আৰু তেওঁৰ মাইক্ৰ’ফোনো বন্ধ কৰি দিয়া হয়।

৪ / ৫

মোদীয়ে তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিব আৰু তেওঁও মোদীৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰিব বুলি উল্লেখ কৰি গান্ধীয়ে কয়, এখন মেজৰ এফালে মোদী আৰু আনফালে তেওঁ থাকিব।

৫ / ৫

ইফালে, বিজেপি নেতাসকলে গান্ধীৰ প্ৰত্যাহ্বান নাকচ কৰি তেওঁ সংসদৰ বিতৰ্কৰ পৰা আঁতৰি থাকে বুলি অভিযোগ কৰিছে।

'মুখামুখি বিতৰ্ক হওঁক,মুখামুখি বিতৰ্ক হ’লে মোদী আৰু প্ৰধানমন্ত্ৰী হৈ নাথাকিব’-মোদীক প্ৰত্যাহ্বান ৰাহুল গান্ধীৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক