প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে ফোন টেপ কৰাৰ অভিযোগ তুলিছে ৰাহুল গান্ধীয়ে।
নতুন দিল্লী, ১৩ নৱেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে নিজৰ ফোন টেপ কৰাৰ অভিযোগ উত্থাপন কৰিছে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে।
কংগ্ৰেছে ‘এক্স’ত প্ৰকাশ কৰা এটা ভিডিঅ’তো ৰাহুল গান্ধীয়ে এই অভিযোগ উত্থাপন কৰে।
ৰাহুল গান্ধীয়ে কয় যে তেওঁৰ উত্থাপন কৰা অভিযোগসমূহৰ প্ৰমাণ ফোনটোতে আছে।
সংসদৰ পৰিৱৰ্তে মুখামুখি বিতৰ্কৰ দাবী
newznow.in