উত্তৰ-পূৰ্বাঞ্চল

মণিপুৰ হিংসা তদন্ত আয়োগৰ সময়সীমা সপ্তমবাৰৰ বাবে বৃদ্ধি

NewzNow · ১৩ নৱেম্বৰ ২০২৬

১ / ৫

মণিপুৰৰ ২০২৩ চনৰ জনগোষ্ঠীগত হিংসাৰ তদন্ত আয়োগক ২০২৭ চনৰ ২০ মে’ৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ দিছে।

২ / ৫

নতুন দিল্লী, ১৩ নৱেম্বৰ: ২০২৩ চনত মণিপুৰত সংঘটিত জনগোষ্ঠীগত হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে গঠন কৰা আয়োগৰ কাৰ্যকাল পুনৰ বৃদ্ধি কৰিছে কেন্দ্ৰীয় চৰকাৰে।

৩ / ৫

শুকুৰবাৰে জাৰি কৰা চৰকাৰী নিৰ্দেশ অনুসৰি, মণিপুৰৰ হিংসাত্মক ঘটনাৰ কাৰণ, ঘটনাক্ৰম আৰু প্ৰশাসনিক ব্যৱস্থাৰ ভূমিকা পৰীক্ষা কৰি আয়োগে কেন্দ্ৰীয় চৰকাৰক প্ৰতিবেদন দাখিল কৰিব লাগিব।

৪ / ৫

২০২৩ চনৰ ৩ মে’ত মণিপুৰত জনগোষ্ঠীগত সংঘাত আৰম্ভ হোৱাৰ পাছত সেই বছৰৰ ৪ জুনত কেন্দ্ৰীয় চৰকাৰে তদন্ত আয়োগ গঠন কৰিছিল।

৫ / ৫

হিংসা প্ৰতিৰোধ আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষ বা ব্যক্তিৰ কৰ্তব্যত কোনো অৱহেলা হৈছিল নেকি, লগতে প্ৰশাসনে গ্ৰহণ কৰা ব্যৱস্থা পৰ্যাপ্ত আছিল নে নাই, সেই বিষয়সমূহো…

মণিপুৰ হিংসা তদন্ত আয়োগৰ সময়সীমা সপ্তমবাৰৰ বাবে বৃদ্ধি

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক