অসম

ৰঙাজান দুৰ্ঘটনা: ঠিকাদাৰ-ৰাজনীতিকৰ মিতিৰালিৰ অভিযোগ গৌৰৱ গগৈৰ

NewzNow · ১৩ নৱেম্বৰ ২০২৬

১ / ৫

ৰঙাজানৰ পথ দুৰ্ঘটনাক লৈ ঘাইপথ নিৰ্মাণৰ মান, দুৰ্নীতি আৰু ৰক্ষণাবেক্ষণ ব্যৱস্থাক সমালোচনা কৰিছে সাংসদ গৌৰৱ গগৈয়ে।

২ / ৫

গুৱাহাটী, ১৩ নৱেম্বৰ: কাজিৰঙাৰ ৰঙাজানত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাক লৈ ৰাজ্য চৰকাৰ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ তথা মেৰামতি ব্যৱস্থাক সমালোচনা কৰিছে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে।

৩ / ৫

অসমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহ দুৰ্নীতিৰ কেন্দ্ৰত পৰিণত হৈছে বুলি অভিযোগ কৰি গগৈয়ে কয়, নিম্নমানৰ নিৰ্মাণৰ ফলতে প্ৰতি মাহে দুৰ্ঘটনা সংঘটিত হৈ আহিছে।

৪ / ৫

ঘাইপথৰ সঠিক মেৰামতি আৰু ৰক্ষণাবেক্ষণৰ দায়িত্ব পালন নকৰাৰ অভিযোগ তুলি সাংসদগৰাকীয়ে কয় যে, পথসমূহ সঠিকভাৱে নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণ কৰা হ'লে কাজিৰঙাৰ এই দুৰ্ঘটনা হয়তো প্ৰতিৰোধ কৰিব পৰা…

৫ / ৫

১৩ নৱেম্বৰত গোলাঘাট জিলাৰ কঁহৰা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত হাতীখুলি চাহ বাগিচাৰ সমীপৰ ৰঙাজানত ৭১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যাত্ৰীবাহী মিনি বাছ আৰু কণ্টেইনাৰ ট্ৰাকৰ মুখামুখি সংঘৰ্ষ হৈছিল।

ৰঙাজান দুৰ্ঘটনা: ঠিকাদাৰ-ৰাজনীতিকৰ মিতিৰালিৰ অভিযোগ গৌৰৱ গগৈৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক