এনআৰচি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ দাবীত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক চাপ দিবলৈ আছুক আহ্বান জনাইছে অসম প্ৰদেশ কংগ্ৰেছে।
গুৱাহাটী, শুকুৰবাৰ: নিৰ্বাচনী তালিকাৰ বিশেষ পুনৰীক্ষণ (SIR)ৰ দাবীৰ পৰিৱৰ্তে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী, চমুকৈ এনআৰচি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ দাবীত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ ওপৰত চাপ সৃষ্টি…
গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এক সংবাদমেলত কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ তথা প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া, প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা আৰু অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা…
বিনন্দ শইকীয়াই কয় যে, ২০১৩ চনত আনুষ্ঠানিকভাৱে আৰম্ভ হোৱা এনআৰচি উন্নীতকৰণ প্ৰক্ৰিয়াৰ চূড়ান্ত তালিকা ২০১৯ চনৰ ৩১ আগষ্টত প্ৰকাশ পাইছিল।
বাদ পৰা লোকসকলক কিয় অনিশ্চয়তাত ৰখা হৈছে, তেওঁলোকৰ সন্দৰ্ভত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিছে আৰু তালিকাত অন্তৰ্ভুক্ত ৩ কোটি ১১ লাখ লোকক নাগৰিকত্বৰ পৰিচয়পত্ৰ দিয়া হৈছে…
newznow.in