৩০ নৱেম্বৰত হ'বলগীয়া MAc আৰু SKAcৰ সাধাৰণ নিৰ্বাচনৰ বাবে দাখিল হোৱা মনোনয়ন-পত্ৰসমূহৰ পৰীক্ষা-নিৰীক্ষা সম্পন্ন হৈছে।
গুৱাহাটী, ১৪ নৱেম্বৰ: ৩০ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া মিচিং স্বায়ত্তশাসিত পৰিষদ (MAC) আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ (SKAC)ৰ সাধাৰণ নিৰ্বাচনৰ মনোনয়ন-পত্ৰসমূহৰ পৰীক্ষা-নিৰীক্ষা…
সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ নিৰ্বাচনৰ বাবে মুঠ ১৬৩খন মনোনয়ন-পত্ৰ দাখিল কৰা হৈছিল।
আনহাতে, মিচিং স্বায়ত্তশাসিত পৰিষদ নিৰ্বাচনৰ বাবে মুঠ ২৫৭খন মনোনয়ন-পত্ৰ দাখিল কৰা হৈছিল।
জিলাভিত্তিক হিচাপ অনুসৰি, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদ নিৰ্বাচনত ধেমাজিত ১৯খন, ডিব্ৰুগড়ত ৫১খন, গোলাঘাটত ৭খন, যোৰহাটত ১৩খন, লখিমপুৰত ১২খন, শিৱসাগৰত ৫খন আৰু তিনিচুকীয়াত ২৩খন…
newznow.in