দেশ

ডিগাৰু ৰে’ল দুৰ্ঘটনাৰ পিছত বাধ্যতামূলক ব্ৰেক পৰীক্ষাৰ নিৰ্দেশ

NewzNow · ১৪ নৱেম্বৰ ২০২৬

১ / ৫

ডিগাৰুত কলকাতা–ছাইৰাং এক্সপ্ৰেছ লাইনচ্যুত হোৱাৰ ঘটনাৰ পিছতে ৰে’লৰ সুৰক্ষা ব্যৱস্থা অধিক কঠোৰ কৰাৰ নিৰ্দেশ দিছে ৰে’লৱে ব’ৰ্ডে।

২ / ৫

গুৱাহাটী, ১৪ নৱেম্বৰ: ডিগাৰুত কলকাতা–ছাইৰাং এক্সপ্ৰেছ লাইনচ্যুত হোৱাৰ ঘটনাৰ পিছতে ৰে’লৰ সুৰক্ষা ব্যৱস্থা অধিক কঠোৰ কৰাৰ নিৰ্দেশ দিছে ৰে’লৱে ব’ৰ্ডে।

৩ / ৫

১১ নৱেম্বৰত গুৱাহাটীৰ সমীপৰ ডিগাৰু ৰে’ল ষ্টেচনত সংঘটিত দুৰ্ঘটনাৰ পিছতে এই নিৰ্দেশনা জাৰি কৰা হৈছে।

৪ / ৫

অভিযানৰ সময়ত লোক’ পাইলটসকলে নিৰ্ধাৰিত নিয়ম অনুসৰি ব্ৰেক ফীল টেষ্ট আৰু ব্ৰেক পাৱাৰ টেষ্ট সম্পন্ন কৰিছে নে নাই, সেয়া পৰীক্ষা কৰা হ’ব।

৫ / ৫

প্ৰাথমিক তদন্তত কলকাতা–ছাইৰাং এক্সপ্ৰেছৰ মূল ব্ৰেক ব্যৱস্থাত বিজুতিৰ ইংগিত পোৱা গৈছে।

ডিগাৰু ৰে’ল দুৰ্ঘটনাৰ পিছত বাধ্যতামূলক ব্ৰেক পৰীক্ষাৰ নিৰ্দেশ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক