দেশ

২০২৪ৰ লোকসভা নিৰ্বাচনৰ বৈধতাক লৈ ৰাহুল গান্ধীৰ প্ৰশ্ন

NewzNow · ১৫ নৱেম্বৰ ২০২৬

১ / ৫

হায়দৰাবাদত ৰাহুল গান্ধীয়ে অভিযোগ কৰে যে ২০২৪ৰ নিৰ্বাচনত ভোটদান কৰা ১৪ কোটি লোকক পৰৱৰ্তী সময়ত অস্তিত্ব নথকা বা ভোট নিদিয়া লোক হিচাপে গণ্য কৰা হৈছে।

২ / ৫

হায়দৰাবাদ, ১৪ নৱেম্বৰ: ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বৈধতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে।

৩ / ৫

শনিবাৰে হায়দৰাবাদত অনুষ্ঠিত ‘ভাৰত সন্মিলন’ত ভাষণ দি তেওঁ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে অভিযোগ কৰে যে, ২০২৪ৰ নিৰ্বাচনত ভোটদান কৰা ১৪ কোটি লোকক পৰৱৰ্তী সময়ত ‘অস্তিত্ব নথকা ভোটাৰ’ অথবা ‘ভোট…

৪ / ৫

তেওঁৰ দাবী অনুসৰি, এই সংখ্যা দেশৰ মুঠ ভোটাৰৰ প্ৰায় ১৩ শতাংশ।

৫ / ৫

বিজেপি আৰু বৃহৎ ব্যৱসায়িক গোষ্ঠীৰ মাজত সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন কৰি ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উদ্যোগপতি গৌতম আদানিৰ সম্পৰ্কক লৈও সমালোচনা কৰে।

২০২৪ৰ লোকসভা নিৰ্বাচনৰ বৈধতাক লৈ ৰাহুল গান্ধীৰ প্ৰশ্ন

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক