অসম

ৰঙাজান দুৰ্ঘটনা: ট্ৰেভেলাৰখনৰ মালিক আনজিৰ আলীক আটক

NewzNow · ১৫ নৱেম্বৰ ২০২৬

১ / ৫

ৰঙাজানৰ শোকাৱহ দুৰ্ঘটনাৰ তদন্তত ট্ৰেভেলাৰখনৰ মালিক আনজিৰ আলীক আটক কৰিছে বোকাখাত আৰক্ষীয়ে।

২ / ৫

কাজিৰঙাৰ ৰঙাজানত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাৰ তদন্তৰ মাজতে দুৰ্ঘটনাগ্ৰস্ত ট্ৰেভেলাৰখনৰ মালিক আনজিৰ আলীক আটক কৰিছে বোকাখাত আৰক্ষীয়ে।

৩ / ৫

জানিব পৰা মতে, যান-বাহন আইন উলংঘাৰ অভিযোগত আনজিৰ আলীক আটক কৰা হৈছে।

৪ / ৫

উল্লেখ্য, কাজিৰঙাৰ ৰঙাজানত যাত্ৰীবাহী ট্ৰেভেলাৰ আৰু এখন কণ্টেইনাৰ ট্ৰাকৰ মাজত সংঘটিত ভয়ংকৰ সংঘৰ্ষত ২৬গৰাকী লোকৰ মৃত্যু হৈছিল।

৫ / ৫

দুৰ্ঘটনাটোৰ কাৰণ আৰু দায়িত্ব নিৰ্ধাৰণৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

ৰঙাজান দুৰ্ঘটনা: ট্ৰেভেলাৰখনৰ মালিক আনজিৰ আলীক আটক

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক