অসম

BTCৰ ‘টপ টেন’ বাছনিক লৈ BPF চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ, তালিকাৰ পৰা বাদ পৰা ৩ ছাত্ৰ-ছাত্ৰী

NewzNow · ১৫ নৱেম্বৰ ২০২৬

১ / ৫

ভেৰগাঁৱৰ তিনিগৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক ‘টপ টেন’ৰ সুবিধাৰ পৰা বঞ্চিত কৰাৰ অভিযোগ উত্থাপন কৰি বাছনি প্ৰক্ৰিয়া পুনৰ বিবেচনাৰ দাবী জনোৱা হৈছে।

২ / ৫

বিটিচিৰ ‘টপ টেন’ত স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ তালিকা আৰু আৰ্থিক সাহায্য প্ৰদানক কেন্দ্ৰ কৰি বিপিএফ চৰকাৰৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ উত্থাপন হৈছে।

৩ / ৫

নেতাগৰাকীৰ দাবী অনুসৰি, স্কুলখনৰ এলিজা ৰাভাই ৫০০ নম্বৰৰ ভিতৰত ৪৫২ নম্বৰ আৰু ছায়নিকা ৰাভাই ৪৫২ নম্বৰ লাভ কৰিছিল।

৪ / ৫

তেওঁৰ অভিযোগ অনুসৰি, কোকৰাঝাৰ জিলাৰ শ্ৰীৰামপুৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ আৰফিন জনত নামৰ এগৰাকী পৰীক্ষাৰ্থীয়ে ৪৪৬ নম্বৰ লাভ কৰিও তালিকাৰ ১১ নম্বৰ স্থানত অন্তৰ্ভুক্ত হৈ ৫ লাখ টকাৰ চেক লাভ…

৫ / ৫

তিনিওগৰাকী ছাত্ৰ-ছাত্ৰী দৰিদ্ৰ পৰিয়ালৰ সন্তান বুলি উল্লেখ কৰি নেতাগৰাকীয়ে উচ্চ শিক্ষাৰ বাবে তেওঁলোকক আৰ্থিক সাহায্য দিয়াৰ দাবী জনায়।

BTCৰ ‘টপ টেন’ বাছনিক লৈ BPF চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ, তালিকাৰ পৰা বাদ পৰা ৩ ছাত্ৰ-ছাত্ৰী

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক