দেশত সশস্ত্ৰ নক্সালবাদীসকলক নিৰ্মূল কৰা হৈছে যদিও বিভিন্ন সংগঠনৰ নেতৃত্বৰ স্থানত এতিয়াও ‘দিমাগী নক্সাল’ সক্ৰিয় হৈ আছে বুলি মন্তব্য বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ।
ৰায়গড়, ১৫ নৱেম্বৰ: দেশত সশস্ত্ৰ নক্সালবাদীসকলক নিৰ্মূল কৰা হৈছে যদিও বিভিন্ন সংগঠনৰ নেতৃত্বৰ স্থানত এতিয়াও ‘দিমাগী নক্সাল’ সক্ৰিয় হৈ আছে বুলি মন্তব্য কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি…
দেওবাৰে ছত্তীশগড়ৰ ৰায়গড়ত অনুষ্ঠিত এক কাৰ্যসূচীত ভাৰ্চুৱেল মাধ্যমেৰে অংশগ্ৰহণ কৰি তেওঁ কয় যে চৰকাৰে নিজৰ কামৰ জৰিয়তে এনে লোকসকলক শিক্ষা দিব।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ পৰা নক্সালবাদ নিৰ্মূল কৰাৰ সংকল্প গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি নীতিন নবীনে কয় যে সেই লক্ষ্য পূৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু ছত্তীশগড় চৰকাৰে কাম কৰি…
বিজেপিৰ সভাপতিগৰাকীয়ে কংগ্ৰেছৰ বিৰুদ্ধে জনজাতীয় সম্প্ৰদায়ক ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে।
newznow.in