অসম

অৰ্শদীপ-ছিৰাজৰ দশম উইকেটৰ যুটিৰে ভাৰতৰ ২২ ৰানৰ জয়

NewzNow · ১৫ নৱেম্বৰ ২০২৬

১ / ৫

নিউজিলেণ্ডক ২২ ৰানত হৰুৱাই পাঁচখনীয়া এদিনীয়া শৃংখলা ৩-১ ব্যৱধানত জিকিলে ভাৰতে।

২ / ৫

মাউণ্ট মাউংগানুই, ১৫ নৱেম্বৰ: নিউজিলেণ্ডৰ বিৰুদ্ধে পঞ্চম তথা অন্তিম এদিনীয়া আন্তঃৰাষ্ট্ৰীয় মেচত ২২ ৰানত জয়লাভ কৰি ভাৰতে পাঁচখনীয়া শৃংখলাটো ৩-১ ব্যৱধানত নিজৰ দখললৈ আনিছে।

৩ / ৫

প্ৰথমে বেটিং কৰি ভাৰতে ২০৯ ৰানত অলআউট হয়।

৪ / ৫

২১০ ৰানৰ লক্ষ্য আগত ৰাখি খেলিবলৈ নামি নিউজিলেণ্ডৰ ইনিংছ ১৮৭ ৰানতে সামৰণি পৰে।

৫ / ৫

মেচৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰাৰ পিছত অৰ্শদীপে কয় যে, ছিৰাজে তেওঁক কৈছিল যে এই ৰানকেইটা মেচখনৰ বাবে অতি গুৰুত্বপূৰ্ণ হ’ব।

অৰ্শদীপ-ছিৰাজৰ দশম উইকেটৰ যুটিৰে ভাৰতৰ ২২ ৰানৰ জয়

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক