অসম

হঠাৎ ৰণক্ষেত্ৰত পৰিণত হ'ল খেলপথাৰ, উত্তপ্ত পৰিস্থিতিত আৰক্ষীৰ লাঠীচালনা

NewzNow · ১৫ নৱেম্বৰ ২০২৬

১ / ৫

মানকাছাৰৰ খেলপথাৰত খেল চলি থকাৰ সময়তে উত্তেজনাৰ সৃষ্টি হোৱাত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠীচালনা কৰে।

২ / ৫

খেলপথাৰত হঠাৎ উত্তপ্ত পৰিস্থিতি, ৰণক্ষেত্ৰত পৰিণত পৰিৱেশ!

৩ / ৫

মানকাছাৰৰ এখন খেলপথাৰত খেল চলি থকাৰ সময়তে হঠাৎ উত্তেজনাৰ সৃষ্টি হয়।

৪ / ৫

ঘটনাৰ পিছতে খেল উপভোগ কৰিবলৈ উপস্থিত থকা লোকসকলৰ মাজত হুৱাদুৱাৰ সৃষ্টি হয়।

৫ / ৫

উত্তেজনাৰ সূত্ৰপাত কেনেদৰে হৈছিল, সেই সন্দৰ্ভত এতিয়ালৈকে বিতং তথ্য পোৱা হোৱা নাই।

হঠাৎ ৰণক্ষেত্ৰত পৰিণত হ'ল খেলপথাৰ, উত্তপ্ত পৰিস্থিতিত আৰক্ষীৰ লাঠীচালনা

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক