কেচা চাহপাত কঢ়িওৱা গাড়ী তালাচী:
কাজিৰঙাত ভয়ংকৰ দুৰ্ঘটনাৰ পাছত সষ্টম ডিগবৈ আৰক্ষী।
তীব্ৰ বেগী কেচা চাহপাত কঢ়িওৱা গাড়ীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে।
ডিগবৈ চহৰৰ মাজেদি যোৱা কেচা চাহপাত গাড়ীৰ প্ৰয়োজনীয় নথি পত্ৰ পৰীক্ষা কৰাৰ লগতে চালকৰ বৈধ অনুজ্ঞাপত্ৰ নিৰীক্ষণ কৰিছে।
কেচা চাহপাত কঢ়িওৱা গাড়ীৰ লগতে আন যান বাহন সমুহো তালাচী চলাইছে আৰক্ষীয়ে।
newznow.in