অসম

আছুৱে এতিয়া ইমান গুৰুত্ব পোৱা উচিত নহয়ঃ ড° হীৰেন গোহাঁই

NewzNow · ১৬ নৱেম্বৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

আছুৰ শেহতীয়া ভূমিকা আৰু এছআইআৰক লৈ সংগঠনটোৰ স্থিতিৰ তীব্ৰ সমালোচনা কৰিছে বিশিষ্ট বুদ্ধিজীৱী ড° হীৰেন গোহাঁইয়ে।

২ / ৫

গুৱাহাটী, ১৬ নৱেম্বৰ: সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৰ শেহতীয়া ভূমিকা আৰু প্ৰাসংগিকতাক লৈ তীব্ৰ সমালোচনা কৰিছে বিশিষ্ট বুদ্ধিজীৱী ড° হীৰেন গোহাঁইয়ে।

৩ / ৫

SIR (Special Intensive Revision) বিতৰ্ক: ভোটাৰ তালিকাৰ বিশেষ সংশোধনী বা SIR প্ৰক্ৰিয়াক লৈ আছুৰ সভাপতি উৎপল শৰ্মাই লোৱা স্থিতিক ড° গোহাঁইয়ে তীব্ৰ সমালোচনা কৰিছে।

৪ / ৫

আছুৰ নেতৃত্বই ইয়াৰ পূৰ্বেও অসমবাসীৰ সৈতে বিশ্বাসঘাতকতা কৰিছিল বুলি তেওঁ অভিযোগ উত্থাপন কৰিছে।

৫ / ৫

তেওঁৰ মতে, আছুৱে এতিয়া বিজেপি শিবিৰৰ মতামতৰ প্ৰতিধ্বনি কৰা দেখা গৈছে।

আছুৱে এতিয়া ইমান গুৰুত্ব পোৱা উচিত নহয়ঃ ড° হীৰেন গোহাঁই

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক