প্ৰযুক্তি

ভাৰতত ইউটিউবৰ যাত্ৰাৰ ১৮ বছৰ

NewzNow · ১৬ নৱেম্বৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

২০০৮ চনৰ ৭ মে’ত ভাৰতত মুকলি হোৱা ইউটিউবে দেশত ১৮ বছৰ অতিক্ৰম কৰিছে।

২ / ৫

ভাৰতত জনপ্ৰিয় ভিডিঅ’ শ্বেয়াৰিং প্লেটফৰ্ম ইউটিউবৰ যাত্ৰাই ১৮ বছৰ অতিক্ৰম কৰিছে।

৩ / ৫

ভাৰতৰ বাবে সুকীয়া ডমেইন ইউটিউব ডট চিঅ’ ডট ইন মুকলি কৰি গুগলে ভাৰতক ইউটিউবৰ নিজা ডমেইন লাভ কৰা বিশ্বৰ ২০ সংখ্যক দেশ হিচাপে স্থান দিছিল।

৪ / ৫

চাড হাৰ্লি, জাৱেদ কৰিম আৰু ষ্টিভ চেনে ২০০৫ চনৰ ১৪ ফেব্ৰুৱাৰীত ইউটিউব প্ৰতিষ্ঠা কৰিছিল।

৫ / ৫

ভাৰতত মুকলিৰ সময়ত ইউটিউবে কেইবাটাও প্ৰতিষ্ঠানৰ সৈতে অংশীদাৰিত্বৰে যাত্ৰা আৰম্ভ কৰিছিল।

ভাৰতত ইউটিউবৰ যাত্ৰাৰ ১৮ বছৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক