অসম

মহানগৰীৰ দাতালপাৰাত টায়াৰৰ গুদামত ভয়ংকৰ অগ্নিকাণ্ড

NewzNow · ১৬ নৱেম্বৰ ২০২৬

১ / ৫

গুৱাহাটীৰ দাতালপাৰাত এম ডি টায়াৰৰ গুদামত জুই লাগি কেইবা লাখ টকা মূল্যৰ টায়াৰ ভস্মীভূত হৈছে।

২ / ৫

গুৱাহাটী মহানগৰীৰ দাতালপাৰাত থকা এম ডি (MD) টায়াৰৰ এটা গুদামত আজি এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে।

৩ / ৫

জুইৰ লেলিহান শিখা আৰু ক'লা ধোঁৱাই সমগ্ৰ গুদামটো আগুৰি ধৰে।

৪ / ৫

গুদামটোত মজুত থকা কেইবা লাখ টকা মূল্যৰ টায়াৰ জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে।

৫ / ৫

জুই নিয়ন্ত্ৰণলৈ আনিবলৈ অগ্নি নিৰ্বাপক বাহিনীৰ ১২ খনকৈ বাহন ঘটনাস্থলীলৈ ৰাওনা হয় আৰু নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখে।

মহানগৰীৰ দাতালপাৰাত টায়াৰৰ গুদামত ভয়ংকৰ অগ্নিকাণ্ড

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক