অসম

দুলীয়াজানৰ কমলাবাৰীত একেটা পৰিয়ালৰ তিনিজনৰ মৃতদেহ উদ্ধাৰ

NewzNow · ১৬ নৱেম্বৰ ২০২৬

১ / ৫

দুলীয়াজানৰ কমলাবাৰীত এটা বন্ধ কোঠাৰ ভিতৰত পিতৃ-মাতৃ আৰু কন্যাৰ তেজেৰে লুতুৰি-পুতুৰি মৃতদেহ উদ্ধাৰ হৈছে।

২ / ৫

দুলীয়াজান, ১৬ নৱেম্বৰ: ডিব্ৰুগড় জিলাৰ দুলীয়াজানৰ কমলাবাৰী অঞ্চলত একেটা পৰিয়ালৰ তিনিজন সদস্যৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

৩ / ৫

মৃত ব্যক্তিকেইজন হৈছে চন্দ্ৰকান্ত ভূঞা, তেওঁৰ পত্নী এলিজা ভূঞা আৰু কন্যা নিহাৰিকা ভূঞা।

৪ / ৫

অৱশ্যে, তিনিওজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ আৰু ঘটনাটোৰ আঁৰৰ পৰিস্থিতি এতিয়াও স্পষ্ট হোৱা নাই।

৫ / ৫

কোনে, কি উদ্দেশ্যেৰে আৰু কেনেদৰে এই ঘটনা সংঘটিত কৰিলে, সেই সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে।

দুলীয়াজানৰ কমলাবাৰীত একেটা পৰিয়ালৰ তিনিজনৰ মৃতদেহ উদ্ধাৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক