দেশ

গুজৰাটৰ গোধৰা কেন্দ্ৰীয় বাছ আস্থানত অগ্নিকাণ্ড

NewzNow · ১৭ নৱেম্বৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

গুজৰাটৰ গোধৰা কেন্দ্ৰীয় বাছ আস্থানত সংঘটিত অগ্নিকাণ্ডত কেইবাখনো দোকান, পাৰ্চেল কাৰ্যালয় আৰু নিয়ন্ত্ৰণ কাৰ্যালয় জুইত জাহ যায়।

২ / ৫

গোধৰা, গুজৰাট: গুজৰাটৰ গোধৰা কেন্দ্ৰীয় বাছ আস্থানত অগ্নিকাণ্ড সংঘটিত হৈছে।

৩ / ৫

অগ্নিকাণ্ডত বাছ আস্থানটোৰ কেইবাখনো দোকান, পাৰ্চেল কাৰ্যালয় আৰু নিয়ন্ত্ৰণ কাৰ্যালয় জুইত জাহ যোৱাৰ খবৰ পোৱা গৈছে।

৪ / ৫

অগ্নিকাণ্ডৰ ফলত বাছ আস্থানটোৰ একাংশত ব্যাপক ক্ষতিসাধন হৈছে।

৫ / ৫

কেনেদৰে জুইৰ সূত্ৰপাত হ'ল, অগ্নিকাণ্ডত কোনো লোক হতাহত হৈছে নে নাই আৰু ক্ষয়-ক্ষতিৰ পৰিমাণ কিমান, সেই সন্দৰ্ভত এতিয়ালৈকে বিতং তথ্য লাভ কৰা হোৱা নাই।

গুজৰাটৰ গোধৰা কেন্দ্ৰীয় বাছ আস্থানত অগ্নিকাণ্ড

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক