অসম

শিৱসাগৰ বন সংমণ্ডলত বদলিৰ নিৰ্দেশ অমান্যৰ অভিযোগ অসম যুৱ মঞ্চৰ

NewzNow · ১৭ নৱেম্বৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

দুজন বন কৰ্মচাৰীৰ বদলি কাৰ্যকৰী নোহোৱাৰ অভিযোগ তুলি বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ হস্তক্ষেপ দাবী কৰিছে অসম যুৱ মঞ্চই।

২ / ৫

শিৱসাগৰ বন সংমণ্ডলত চৰম অনিয়মৰ অভিযোগ অসম যুৱ মঞ্চৰ।

৩ / ৫

বন বিভাগৰ স্বচ্ছতাৰ দাবীক নস্যাৎ কৰি শিৱসাগৰ বন সংমণ্ডল প্ৰাধিকাৰীৰ (DFO) কাৰ্যালয়ৰ অন্তৰ্গত দুই বিষয়া-কৰ্মচাৰীয়ে চৰকাৰী বদলিৰ নিৰ্দেশনা অমান্য কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম যুৱ…

৪ / ৫

সংগঠনটোৱে জনোৱা অনুসৰি, ২০২৬ চনৰ আগষ্ট মাহত সোণাৰীৰ বন আঞ্চলিক কাৰ্যালয়ৰ অধীনৰ নামতোলা খণ্ড বিষয়াৰ কাৰ্যালয়ৰ বাদছাহ আলীৰ বদলিৰ নিৰ্দেশ জাৰি কৰা হৈছিল।

৫ / ৫

নিৰ্দেশ জাৰি হোৱাৰ পাছতো দুয়োগৰাকী কৰ্মচাৰী শিৱসাগৰ জিলাতেই কৰ্মৰত হৈ থকা বুলি অভিযোগ কৰিছে অসম যুৱ মঞ্চই।

শিৱসাগৰ বন সংমণ্ডলত বদলিৰ নিৰ্দেশ অমান্যৰ অভিযোগ অসম যুৱ মঞ্চৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক