অসম

‘ৰকিবুলৰ সংগই এদিন ধ্বংস কৰিব গৌৰৱ গগৈক’ — কংগ্ৰেছক তীব্ৰ কটাক্ষ ভূপেন বৰাৰ

NewzNow · ১৭ নৱেম্বৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

চৰকাৰী ভূমি বেদখল আৰু উচ্ছেদ অভিযানক লৈ গৌৰৱ গগৈৰ স্থিতিক সমালোচনা কৰিছে বিজেপি বিধায়ক ভূপেন বৰাই।

২ / ৫

'কংগ্ৰেছ চৰকাৰৰ দিনত কি কৰিছিল ৰাজকুমাৰ গৌৰৱ গগৈয়ে?

৩ / ৫

কংগ্ৰেছৰ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক লক্ষ্য কৰি তীব্ৰ সমালোচনা কৰিছে বিজেপি বিধায়ক ভূপেন বৰাই।

৪ / ৫

ভূপেন বৰাই কটাক্ষ কৰি কয়, ‘কংগ্ৰেছ চৰকাৰৰ দিনত ৰাজকুমাৰ গৌৰৱ গগৈয়ে কি কৰিছিল?

৫ / ৫

কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ সৈতে গৌৰৱ গগৈৰ সম্পৰ্কৰ প্ৰসংগ টানি বিধায়কগৰাকীয়ে এই মন্তব্য কৰে।

‘ৰকিবুলৰ সংগই এদিন ধ্বংস কৰিব গৌৰৱ গগৈক’ — কংগ্ৰেছক তীব্ৰ কটাক্ষ ভূপেন বৰাৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক