৬১ বছৰত ভৰি দিলে বলীউডৰ অভিনেতা শ্বাহৰুখ খানে।
মুম্বাই, ২ নৱেম্বৰ: ৬১ বছৰত ভৰি দিলে বলীউডৰ জনপ্ৰিয় অভিনেতা শ্বাহৰুখ খানে।
জন্মদিন উপলক্ষে Mannatত শ্বাহৰুখ খানৰ আগন্তুক ছবি ‘King’ৰ দৃশ্য আৰু সংলাপৰ বৃহৎ প্ৰক্ষেপণ কৰা হয়।
অনুৰাগীৰ ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ Mannatৰ বাহিৰত Mumbai Policeৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হয়।
ইফালে, জন্মদিনৰ দিনাই শ্বাহৰুখ খানে ‘King’ ছবিৰ প্ৰথমটো গীত ‘Tu Mil Jaaye’ মুকলি কৰে।
newznow.in