ইটালীৰ নেতা জিয়াকোমো ফিলিবেকৰ ভিডিঅ’ সামাজিক মাধ্যমৰ পৰা আঁতৰোৱাৰ দাবীত দাখিল কৰা আবেদনৰ শুনানি শুকুৰবাৰে গ্ৰহণ কৰিব সৰ্বোচ্চ ন্যায়ালয়ে।
নতুন দিল্লী, ১৮ নৱেম্বৰ: ইটালীৰ ৰাজনৈতিক নেতা জিয়াকোমো ফিলিবেকৰ ‘Vote Chor, Gaddi Chhod’ শ্লোগান সম্বলিত ভিডিঅ’ সামাজিক মাধ্যমৰ পৰা আঁতৰোৱাৰ দাবীত দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ…
বুধবাৰে ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনাৰে গঠিত বিচাৰপীঠৰ সন্মুখত আবেদনখন জৰুৰীভাৱে শুনানিৰ বাবে উত্থাপন কৰা হয়।
হায়দৰাবাদত ১৩ আৰু ১৪ নৱেম্বৰত অনুষ্ঠিত Bharat Summit-ত ফিলিবেকে কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ প্ৰশংসা কৰাৰ লগতে নিৰ্বাচনী ভোটাৰ তালিকা স্বচ্ছ আৰু শুদ্ধ কৰাৰ অভিযানৰ…
ফিলিবেকৰ বক্তব্যৰ সময়ত ‘Vote Chor, Gaddi Chhod’ শ্লোগান ব্যৱহাৰ কৰা হৈছিল, যিটো কংগ্ৰেছে চৰকাৰৰ বিৰুদ্ধে ৰাজনৈতিক অভিযানত ব্যৱহাৰ কৰি আহিছে।
newznow.in