দেশ

ছোনিয়া গান্ধীৰ গ্ৰন্থত বীৰ সাৱৰকাৰ সম্পৰ্কে কৰা মন্তব্যৰ আপত্তিত; প্ৰতিবাদ শিৱসেনাৰ

NewzNow · ১৮ নৱেম্বৰ ২০২৬

১ / ৫

বীৰ সাৱৰকাৰ সম্পৰ্কে কৰা মন্তব্যৰ আপত্তিত শিৱসেনাৰ প্ৰতিবাদৰ মাজতে শায়না এন চি-য়ে বাল থাকৰেৰ ফটো ফালি পেলোৱাৰ অভিযোগক লৈ নতুন বিতৰ্ক সৃষ্টি হৈছে।

২ / ৫

মুম্বাই, ১৮ নৱেম্বৰ: কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ আত্মজীৱনীমূলক গ্ৰন্থ ‘বিলঙিং: এ জাৰ্নি অৱ লাভ’ক লৈ মহাৰাষ্ট্ৰৰ ৰাজনীতিত নতুন বিতৰ্ক সৃষ্টি হৈছে।

৩ / ৫

শিৱসেনাৰ অভিযোগ, গ্ৰন্থখনৰ ২০১ আৰু ৪৪৩ নম্বৰ পৃষ্ঠাত সন্নিৱিষ্ট মন্তব্যই বীৰ সাৱৰকাৰৰ লগতে মাৰাঠী সমাজৰ গৌৰৱক অপমান কৰিছে।

৪ / ৫

দলটোৱে প্ৰকাশক হাৰ্পাৰকলিন্সলৈ গ্ৰন্থখন প্ৰত্যাহাৰ কৰাৰ দাবী জনাইছে।

৫ / ৫

ইয়াৰ মাজতে শায়না এন চি-য়ে ফালি পেলোৱা এখন ফটোক কেন্দ্ৰ কৰি নতুন বিতৰ্কৰ সূচনা হয়।

ছোনিয়া গান্ধীৰ গ্ৰন্থত বীৰ সাৱৰকাৰ সম্পৰ্কে কৰা মন্তব্যৰ আপত্তিত; প্ৰতিবাদ শিৱসেনাৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক