২০১২ চনৰ আৰিয়িল আব্দুল শুকুৰ হত্যা গোচৰত কেৰালাৰ বিশেষ চিবিআই আদালতে চিপিআই(এম)ৰ দুই নেতাসহ ১৮জনক অভিযোগমুক্ত কৰিছে।
কোচি, ১৯ নৱেম্বৰ: ২০১২ চনৰ আৰিয়িল আব্দুল শুকুৰ হত্যা গোচৰত কেৰালাৰ এৰ্ণাকুলমৰ বিশেষ চিবিআই আদালতে চিপিআই(এম)ৰ জ্যেষ্ঠ নেতা পি জয়ৰাজন আৰু টি ভি ৰাজেশসহ ১৮জন অভিযুক্তক বৃহস্পতিবাৰে…
একেটা গোচৰতে আদালতে চিপিআই(এম)ৰ ১৩জন সদস্যক দোষী সাব্যস্ত কৰিছে।
গোচৰটোত মুঠ ৩৩জন অভিযুক্ত আছিল।
২০১২ চনৰ ২০ ফেব্ৰুৱাৰীত কান্নুৰ জিলাৰ কান্নাপুৰমৰ সমীপত মুছলিম ষ্টুডেণ্টছ ফেডাৰেচনৰ কৰ্মী ২৪ বছৰীয়া আৰিয়িল আব্দুল শুকুৰক আক্ৰমণকাৰীসকলে কুপাই হত্যা কৰিছিল।
newznow.in