লুইতৰ পৰা মিচিচিপিলৈ, সুধাকণ্ঠৰ সুৰেৰে মুখৰিত হ’ব দিল্লী; ভাৰত মণ্ডপমত জন্ম শতবৰ্ষৰ সামৰণিৰ ব্যাপক প্ৰস্তুতি
নতুন দিল্লী, ১৯ নৱেম্বৰ: লুইতৰ পাৰৰ পৰা মিচিচিপিৰ বুকুলৈ নিজৰ সুৰ আৰু সৃষ্টিৰে বিশ্ববাসীৰ হৃদয় জয় কৰা সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠানক লৈ এতিয়া উখল-মাখল দেশৰ…
ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ সামৰণি অনুষ্ঠান কেৱল এটা সাংস্কৃতিক কাৰ্যসূচী নহয়, বৰং অসমৰ ইতিহাস, ভাষা, সংস্কৃতি আৰু জাতীয় স্বাভিমানক বিশ্বৰ সন্মুখত তুলি ধৰাৰ এক বিশেষ উপলক্ষ হিচাপে…
দিল্লীৰ বিভিন্ন স্থানত লগোৱা বেনাৰ-পোষ্টাৰত সুধাকণ্ঠৰ জীৱন আৰু সৃষ্টিৰ প্ৰতি শ্ৰদ্ধা প্ৰকাশ পাইছে।
ড° ভূপেন হাজৰিকাৰ সংগীতৰ পৰিসৰ কেৱল অসমৰ মাজতে সীমাবদ্ধ নাছিল।
newznow.in