অসম

স্নাতকোত্তৰ প্ৰশিক্ষাৰ্থী চিকিৎসকক বিবাহ পিছুৱাবলৈ কোৱা এএমচিএইচৰ পৰামৰ্শ প্ৰত্যাহাৰ

NewzNow · ২০ নৱেম্বৰ ২০২৬

১ / ৫

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ চিকিৎসা বিভাগে স্নাতকোত্তৰ প্ৰশিক্ষাৰ্থী চিকিৎসকসকলক বিবাহৰ দৰে ব্যক্তিগত সিদ্ধান্ত পিছুৱাই ৰাখিবলৈ দিয়া পৰামৰ্শ তীব্ৰ আপত্তিৰ পিছত প্ৰত্যাহাৰ…

২ / ৫

ডিব্ৰুগড়, ১৯ নৱেম্বৰ: অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ চিকিৎসা বিভাগে স্নাতকোত্তৰ প্ৰশিক্ষাৰ্থী চিকিৎসকসকলক আবাসিক প্ৰশিক্ষণৰ সময়সীমা সম্পূৰ্ণ নোহোৱালৈকে বিবাহৰ দৰে ব্যক্তিগত…

৩ / ৫

পূৰ্বৰ জাননীখনত চিকিৎসা বিভাগৰ স্নাতকোত্তৰ প্ৰশিক্ষাৰ্থীসকলক আবাসিক প্ৰশিক্ষণ সফলতাৰে সম্পূৰ্ণ নোহোৱালৈকে বিবাহৰ দৰে ব্যক্তিগত জীৱনৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত পিছুৱাই ৰাখিবলৈ কোৱা হৈছিল।

৪ / ৫

চিকিৎসা বিভাগৰ পৰা জাৰি কৰা প্ৰথম জাননীখনত কোৱা হৈছিল যে পাঠ্যক্ৰমৰ সময়ছোৱাত প্ৰশিক্ষাৰ্থীসকলৰ মূল মনোযোগ চিকিৎসা-দায়িত্ব, ৰোগীৰ যত্ন, শিক্ষাগত কাৰ্য আৰু গৱেষণাৰ প্ৰয়োজনীয়তাৰ ওপৰত থাকিব…

৫ / ৫

জাননীখন প্ৰকাশ পোৱাৰ পিছতে মহাবিদ্যালয় চৌহদত শিক্ষাৰ্থী আৰু কনিষ্ঠ চিকিৎসকে প্ৰতিবাদ সাব্যস্ত কৰে।

স্নাতকোত্তৰ প্ৰশিক্ষাৰ্থী চিকিৎসকক বিবাহ পিছুৱাবলৈ কোৱা এএমচিএইচৰ পৰামৰ্শ প্ৰত্যাহাৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক