বাণিজ্যিক জাহাজৰ ওপৰত সংঘটিত পুনৰাবৃত্ত আক্ৰমণক তীব্ৰ গৰিহণা দি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে হৰমুজ প্ৰণালীৰ পশ্চিমে থকা ৯খন ভাৰতীয় পতাকাবাহী বা ভাৰতীয় স্বাৰ্থসম্পৃক্ত জাহাজৰ…
নতুন দিল্লী: বিশ্বৰ বিভিন্ন প্ৰান্তত বাণিজ্যিক জাহাজৰ ওপৰত সংঘটিত পুনৰাবৃত্ত আক্ৰমণক বৃহস্পতিবাৰে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ…
সাগৰীয় নিৰাপত্তা অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে উচ্চ-বিপদাপন্ন অঞ্চলসমূহত অধিক কটকটীয়া নজৰদাৰী, সময়মতে সুৰক্ষা-সতৰ্কবাণী জাৰি আৰু জাহাজ পৰিচালনা কৰা প্ৰতিষ্ঠানসমূহৰ সৈতে নিয়মীয়া যোগাযোগ…
পৰিস্থিতি পৰ্যালোচনাৰ সময়ত সোণোৱালে কয় যে, বাণিজ্যিক জাহাজৰ ওপৰত সংঘটিত এনে আক্ৰমণে নাবিকসকলৰ জীৱন আৰু সুৰক্ষাৰ প্ৰতি গুৰুতৰ ভাবুকি কঢ়িয়াই আনে।
কেন্দ্ৰীয় মন্ত্ৰালয়ে পাৰস্য উপসাগৰত হৰমুজ প্ৰণালীৰ পশ্চিমে থকা জাহাজসমূহৰ লগতে প্ৰণালীৰ পূবে অৱস্থিত ওমান উপসাগৰৰ জাহাজসমূহো ই-নাবিক নাবিক-নিৰীক্ষণ ব্যৱস্থাৰ অধীনত ৰাখিছে।
newznow.in