অসম

ডিগবৈত যান-বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত, জব্দ ১২খন ই-ৰিক্সা

NewzNow · ২০ নৱেম্বৰ ২০২৬

১ / ৫

যান-বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ অভিযান অব্যাহত ৰাখিছে ডিগবৈ আৰক্ষীয়ে।

২ / ৫

বৈধ ড্ৰাইভিং লাইচেন্স আৰু বাহনৰ বীমা অবিহনে ই-ৰিক্সা চলোৱাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ ৩১৫ত প্ৰযোজ্য যান-বাহন নিয়ম উলংঘা কৰি চলাচল কৰাৰ অভিযোগত ই-ৰিক্সাকেইখন জব্দ কৰে আৰক্ষীয়ে।

৩ / ৫

জব্দকৃত বাহনকেইখন পৰৱৰ্তী আইনী ব্যৱস্থা গ্ৰহণৰ বাবে ডিগবৈ আৰক্ষী থানালৈ যায়।

৪ / ৫

ইফালে, ই-ৰিক্সাৰ চালক আৰু পৰিচালকসকলক সংগঠনৰ নেতৃবৃন্দৰ উপস্থিতিত যান-বাহন আইন আৰু ট্ৰেফিক নিয়ম কঠোৰভাৱে মানি চলিবলৈ সজাগ কৰাৰ লগতে নিৰ্দেশনা প্ৰদান কৰে আৰক্ষীয়ে।

৫ / ৫

আজি ডিগবৈ আৰক্ষী থানাৰ অন্তৰ্গত এলেকাত অভিযান চলাই মুঠ ১২খন ই-ৰিক্সা জব্দ কৰে আৰক্ষীয়ে।

ডিগবৈত যান-বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত, জব্দ ১২খন ই-ৰিক্সা

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক