কামৰূপৰ বকোত বালি কঢ়িওৱা প্ৰতিখন ট্ৰাকৰ পৰা অতিৰিক্ত ধন সংগ্ৰহৰ অভিযোগ।
কামৰূপ জিলাৰ বকো-ছয়গাঁও অঞ্চলত সক্ৰিয় হৈ পৰা এটা বৃহৎ বালি ছিণ্ডিকেটক লৈ স্থানীয় ৰাইজ, বালি ব্যৱসায়ী, ট্ৰাক চালক আৰু শ্ৰমিকসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
ৰাজ্যৰ নতুন মন্ত্ৰীসভাত বন মন্ত্ৰী হিচাপে জয়ন্ত মল্লবৰুৱাই দায়িত্ব গ্ৰহণ কৰাৰ পাছত বন সুৰক্ষা, বন্যপ্ৰাণী আৰু নদীসমূহৰ সংৰক্ষণৰ লগতে সঠিকভাৱে ৰাজহ সংগ্ৰহৰ আশা কৰা হৈছিল।
বৰ্তমানৰ নিয়ম অনুসৰি প্ৰতি ঘনমিটাৰ হিচাপত বালি কঢ়িওৱাৰ চৰকাৰী চালান দিয়া হয়।
হাহিম, লালমাটি, শৃংগৰা, ৰৌমsecondary-চহীপাৰা, চমৰীয়া, বন্দাপাৰা আৰু ডেকাকে ধৰি কেইবাটাও বনাঞ্চল এলেকাৰ পৰা বালি খনন কৰি চৰকাৰী চালানৰ জৰিয়তে গুৱাহাটীৰ বিভিন্ন স্থানলৈ লৈ যোৱা হয়।
newznow.in