ডিগবৈ গ’লফ্ লিংকছত অনুষ্ঠিত ২৬ সংখ্যক ইণ্ডিয়ান অইল চাৰ্ভো মাষ্টাৰছ গ’ল্ফ প্ৰতিযোগিতাত বেংগালুৰুৰ ৰাউনিল কুকাৰে প্ৰথমবাৰৰ বাবে ডি পি ৱৰ্ল্ড পি জি টি আই চেম্পিয়নৰ খিতাপ দুটা ষ্ট্ৰ’কত জয়লাভ…
এক কোটি টকাৰ প্ৰাইজমানিৰ ডিপি ৱৰ্ল্ড পিজিটিআইৰ ২০২৬-২০২৭ ছিজনৰ প্ৰথমটো ইভেণ্টত বেংগালুৰুৰ ৰনিল কুকাৰে (৭০-৬৫-৭০-৬৭) কাপুৰথালাৰ যুৱৰাজ সিং আৰু মহৌৰ ওম প্ৰকাশ চৌহানৰ সৈতে যৌথ অগ্ৰগতিৰে অন্তিম…
অন্তিম ৰাউণ্ডত তেওঁ ৫ আণ্ডাৰ ৬৭ ৰান কৰি মুঠ ১৬ আণ্ডাৰ ২৭২ ৰান কৰি খিতাপ দখল কৰে।
অংশুল কবথিয়ালে (৬৭-৭২-৭১-৬৪) প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ ৰাউণ্ড কাৰ্ড কৰি আঠ অণ্ডাৰ ৬৪ কাৰ্ড কৰি ৰাণাৰ্চ আপৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়।২০২২ চনত ডিপি ৱৰ্ল্ড পিজিটিআইত যোগদান কৰা ৰনিল কুকাৰে…
ৰাউনিল কুকাৰে ১৫ লাখ টকাৰ প্ৰাইজমানি লাভেৰে ২০২৬-২০২৭ ছিজনৰ বাবে ডিপি ৱৰ্ল্ড পিজিটিআই ৰেংকিঙত শীৰ্ষ স্থান দখল কৰে।
newznow.in