বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত ৩,০০০ ৰান সংগ্ৰহ কৰা প্ৰথম দুগৰাকী ভাৰতীয় বেটাৰ হিচাপে ইতিহাস ৰচিলে শুভমন গিল আৰু ঋষভ পণ্টে।
বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত নতুন ইতিহাস ৰচিলে ভাৰতীয় দলৰ শুভমন গিল আৰু ঋষভ পণ্টে।
নিউজিলেণ্ডৰ বিৰুদ্ধে ৱেলিংটনৰ বেছিন ৰিজাৰ্ভত চলি থকা প্ৰথমখন টেষ্টৰ তৃতীয় দিনা দুয়োগৰাকীয়ে এই কৃতিত্ব অৰ্জন কৰে।
ইয়াৰ পিছতে ঋষভ পণ্টেও ৩,০০০ ৰানৰ সীমা স্পৰ্শ কৰে।
ইয়াৰ পূৰ্বে প্ৰথম ভাৰতীয় হিচাপে অজিংক্য ৰাহানেই বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত ১,০০০ ৰান আৰু পৰৱৰ্তী সময়ত ৰোহিত শৰ্মাই ২,০০০ ৰান অতিক্ৰম কৰিছিল।
newznow.in