অসম

অসম–অৰুণাচল সীমান্তৰ অতি দুৰ্গম বৃহত্তৰ বৰজাৰাণী অঞ্চলৰ খুঁটিসমূহত বৃহৎ পৰিসৰৰ এল এছ ডি (LSD) টিকাকৰণ অভিযান সম্পন্ন

NewzNow · ২১ নৱেম্বৰ ২০২৬

১ / ৫

আজি অসম–অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী বৃহত্তৰ বৰজাৰাণী অঞ্চলৰ অতি দুৰ্গম খুঁটিসমূহত গৰু আৰু ম'হৰ মাজত লাম্পি স্কিন ডিজিজ (Lumpy Skin Disease – LSD) প্ৰতিৰোধৰ উদ্দেশ্যে এক বৃহৎ পৰিসৰৰ টিকাকৰণ…

২ / ৫

এই অভিযানৰ জৰিয়তে প্ৰায় ১,১৫০ টা গৰু আৰু ম'হক টিকাকৰণ কৰা হয়।

৩ / ৫

ভৌগোলিকভাৱে অতি দুৰ্গম, যাতায়াতৰ অসুবিধাপূৰ্ণ আৰু প্ৰতিকূল পৰিস্থিতিৰ মাজতো পশুপালকসকলৰ পশুধনক ৰোগৰ পৰা সুৰক্ষা প্ৰদানৰ লক্ষ্যৰে পশুচিকিৎসা বিভাগৰ কৰ্মীসকলে দূৰৱৰ্তী খুঁটিসমূহত উপস্থিত হৈ…

৪ / ৫

এই অভিযানৰ মূল উদ্দেশ্য হৈছে পশুধনৰ মাজত লাম্পি স্কিন ডিজিজৰ সংক্ৰমণ প্ৰতিৰোধ কৰা, ৰোগৰ সম্ভাৱ্য বিস্তাৰ হ্ৰাস কৰা আৰু পশুধনৰ স্বাস্থ্য সুৰক্ষিত কৰি পশুপালকসকলৰ জীৱিকা তথা অৰ্থনৈতিক…

৫ / ৫

দূৰৱৰ্তী সীমান্তৱৰ্তী অঞ্চলসমূহত বসবাস কৰা পশুপালকসকলৰ বাবে নিয়মীয়া পশুচিকিৎসা সেৱা লাভ কৰাটো যথেষ্ট প্ৰত্যাহ্বানমূলক।

অসম–অৰুণাচল সীমান্তৰ অতি দুৰ্গম বৃহত্তৰ বৰজাৰাণী অঞ্চলৰ খুঁটিসমূহত বৃহৎ পৰিসৰৰ এল এছ ডি (LSD) টিকাকৰণ অভিযান সম্পন্ন

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক