অসম

মাজুলীত চলিব উত্তৰ-পূবৰ প্ৰথমখন দুমহলীয়া পৰ্যটক বাছ ‘পুষ্পক’

NewzNow · ২২ নৱেম্বৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

মাজুলীৰ পৰ্যটনক নতুন মাত্ৰা দিবলৈ আউনীআটী সত্ৰৰ উদ্যোগত লণ্ডনৰ আৰ্হিত অনা হ’ল উত্তৰ-পূবৰ প্ৰথমখন দুমহলীয়া বাছ ‘পুষ্পক’।

২ / ৫

লণ্ডনত নহয়, এইবাৰ মাজুলীতো চলিব দুমহলীয়া বাছ ‘পুষ্পক’ ।মাজুলীৰ পৰ্যটন ক্ষেত্ৰখনক নতুন মাত্ৰা প্ৰদানৰ লক্ষ্য।

৩ / ৫

মাজুলীৰ পৰ্যটন ক্ষেত্ৰলৈ আহিছে এক নতুন সংযোজন।

৪ / ৫

বাছখনৰ সন্দৰ্ভত শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীয়ে কয়, “লণ্ডনতে নহয়, মাজুলীতো চলিব দুমহলীয়া বাছ।” লণ্ডন ভ্ৰমণৰ সময়ত দুমহলীয়া পৰ্যটক বাছত ভ্ৰমণ কৰাৰ অভিজ্ঞতাৰ…

৫ / ৫

পঞ্জাবৰ জলন্ধৰত বিশেষভাৱে নিৰ্মাণ কৰা মেৰুণ ৰঙৰ বাছখনৰ উচ্চতা প্ৰায় ১৪ ফুট ৬ ইঞ্চি।

মাজুলীত চলিব উত্তৰ-পূবৰ প্ৰথমখন দুমহলীয়া পৰ্যটক বাছ ‘পুষ্পক’

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক