দেশ

তেলেংগানা কংগ্ৰেছত সংঘাত: দলৰ বিধায়কক 'পাগল কুকুৰে কামোৰা' বুলি মুখ্যমন্ত্ৰী ৰেৱন্তৰ বিতৰ্কিত মন্তব্য

NewzNow · ২২ নৱেম্বৰ ২০২৬

১ / ৫

দলৰ অসন্তুষ্ট বিধায়কসকলক পাগল কুকুৰে কামোৰা বুলি তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে কৰা মন্তব্যক লৈ ৰাজ্যখনত তীব্ৰ ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি হৈছে।

২ / ৫

হায়দৰাবাদ: নিজ দলৰ একাংশ বিধায়কৰ বিৰুদ্ধে তেলেংগানাৰ মুখ্যমন্ত্ৰী এ. ৰেৱন্ত ৰেড্ডীয়ে কৰা এক বিতৰ্কিত মন্তব্যই এতিয়া ৰাজ্যখনৰ ৰাজনীতিত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

৩ / ৫

ছিদ্দিপেটত অনুষ্ঠিত এক কাৰ্যসূচীত অংশ লৈ মুখ্যমন্ত্ৰী এ. ৰেৱন্ত ৰেড্ডীয়ে কাৰো নাম উল্লেখ নকৰাকৈ নিজৰেই দলৰ একাংশ বিধায়কক তীব্ৰ ভাষাৰে আক্ৰমণ কৰে।

৪ / ৫

বিগত কিছুদিন ধৰি মুনুগোড়ে সমষ্টিৰ বিধায়ক কোমাটিৰেড্ডী ৰাজগোপাল ৰেড্ডী আৰু জাদচেৰলাৰ বিধায়ক জানাপল্লী অনিৰুদ্ধ ৰেড্ডীয়ে নিজ নিজ সমষ্টিৰ উন্নয়নমূলক কামৰ বিল মোকলাই দিয়াৰ ক্ষেত্ৰত কমিছন…

৫ / ৫

শনিবাৰে খৈৰাতাবাদ সমষ্টিত অনুষ্ঠিত দলীয় এক সভাত ভাষণ দি বিআৰএছৰ জ্যেষ্ঠ নেতা তথা বিধানসভাৰ দলীয় উপ-দলপতি টি. হাৰিশ ৰাৱে মুখ্যমন্ত্ৰীৰ বক্তব্যক কঠোৰ ভাষাৰে সমালোচনা কৰে।

তেলেংগানা কংগ্ৰেছত সংঘাত: দলৰ বিধায়কক 'পাগল কুকুৰে কামোৰা' বুলি মুখ্যমন্ত্ৰী ৰেৱন্তৰ বিতৰ্কিত মন্তব্য

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক