দিল্লীত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদক লৈ উচ্চতম ন্যায়ালয়ে মন্তব্য কৰিছে যে কোনো গোটে অনিৰ্দিষ্টকাললৈ নিৰ্ধাৰিত…
নতুন দিল্লী, ৩ নৱেম্বৰ: দিল্লীত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ে।
মঙলবাৰে ব্যৱসায়ী সংগঠনৰ আবেদনৰ শুনানিৰ সময়ত আদালতে কয়, প্ৰতিবাদ কৰাৰ অধিকাৰ সকলোৰে আছে।
মুখ্য ন্যায়াধীশ সূৰ্য কান্তে কয়, “এটা স্থান অনন্তকাললৈ দখল কৰি ৰাখিব নোৱাৰি।
আদালতে লগতে কয়, প্ৰতিবাদৰ অনুমতি প্ৰদান বা প্ৰত্যাখ্যান কৰাৰ ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষই সিদ্ধান্তৰ কাৰণ স্পষ্টকৈ উল্লেখ কৰিব লাগিব।
newznow.in