দেশ

এছিয়াৰ দ্বিতীয় সৰ্বাধিক প্ৰভাৱশালী নেতা হিচাপে মূল্যায়ন প্ৰধানমন্ত্ৰী মোদীৰ, শক্তি সূচকাংকত ভাৰত তৃতীয় স্থানত

NewzNow · ২৩ নৱেম্বৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

২০২৬ বৰ্ষৰ এছিয়া পাৱাৰ ইনডেক্সত ভাৰতে নিজৰ স্থান সুদৃঢ় কৰিছে।

২ / ৫

অষ্ট্ৰেলিয়াৰ চিডনীস্থিত গৱেষণা প্ৰতিষ্ঠান লৱি ইনষ্টিটিউটৰ শেহতীয়া প্ৰতিবেদন অনুসৰি এছিয়া মহাদেশত ভাৰতে নিজৰ আঞ্চলিক প্ৰভাৱ বৃদ্ধি কৰি তৃতীয় স্থান অক্ষুণ্ণ ৰাখিছে।

৩ / ৫

প্ৰকাশিত প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে যে কেইবাটাও আভ্যন্তৰীণ প্ৰত্যাহ্বান আৰু অৰ্থনৈতিক জটিলতাৰ পাছতো এছিয়াত ভাৰতৰ প্ৰভাৱ সুদৃঢ় হৈছে।

৪ / ৫

ভৱিষ্যতৰ সম্পদৰ শ্ৰেণীত উন্নত অৰ্থনৈতিক সম্ভাৱনাৰ বলত ভাৰতৰ নম্বৰ ৫৬.২ লৈ বৃদ্ধি পাইছে।

৫ / ৫

গৱেষণা সংস্থাটোৰ বিশ্লেষক জেক ছাটোৱে প্ৰকাশ কৰা মতে, আঞ্চলিক নেতৃত্বৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোদীৰ মূল্যায়ন বৃদ্ধিৰ মূল কাৰণ হ'ল গোলকীয় অস্থিৰতাৰ মাজতো স্থিৰতা বজাই ৰখা।

এছিয়াৰ দ্বিতীয় সৰ্বাধিক প্ৰভাৱশালী নেতা হিচাপে মূল্যায়ন প্ৰধানমন্ত্ৰী মোদীৰ, শক্তি সূচকাংকত ভাৰত তৃতীয় স্থানত

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক